Minassati Quran

Read and listen to the Quran in a clean experience.

দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ
উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।
মুহাম্মদ ছলেহ আল মুনাজ্জিদ

দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।

islamhouse.com
ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী